জন্মৰ প্ৰমাণ পত্ৰ থকা নৱজাতকৰ আধাৰ নামভৰ্তি শীঘ্ৰেই সকলো ৰাজ্যলৈ সম্প্ৰসাৰণ কৰা হব

বৰ্তমান ১৬ খন ৰাজ্যত আধাৰ লিংকড জন্ম পঞ্জীয়ন আছে।nআজিলৈকে ১৩৪ কোটি আধাৰ জাৰি কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, অহা কেইমাহমানৰ ভিতৰত সকলো ৰাজ্যতে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে নৱজাতকৰ বাবে আধাৰ নামভৰ্তি উপলব্ধ হোৱাৰ সম্ভাৱনা আছে, যিটো বৰ্তমান এই সুবিধা প্ৰদান কৰা ১৬ খন ৰাজ্যৰ বাহিৰলৈও সম্প্ৰসাৰিত হ’ব। বৰ্তমান ১৬ খন ৰাজ্যত আধাৰ লিংকড জন্ম পঞ্জীয়ন আছে। এবছৰতকৈও অধিক পূৰ্বে এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সময়ৰ লগে লগে বিভিন্ন ৰাজ্য সংযোজন হৈছিল।

Continue Reading