ভাৰতত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে এটা নতুন Moto E22s বাজেট স্মাৰ্টফোন (Moto E22s Budget Smartphone by Motorola Launched in India)

মটৰ’লাই ভাৰতত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে এটা নতুন বাজেট স্মাৰ্টফোন। ভাৰতীয় বজাৰত স্থান লাভ কৰা কোম্পানীটোৰ ই-ছিৰিজৰ শেহতীয়া Moto E22s য়ে 90Hz ডিছপ্লে, MediaTek চিপ, আৰু এটা ডাঙৰ বেটাৰী লৈ আহিছে I

Continue Reading