যুৱ বিনিয়োগকাৰীৰ বাবে ৩টা বিত্তীয় পৰিকল্পনাৰ টিপছ (Top 3 Financial Planning Tips for Young Investors )

ভাৰতত ৫০% তকৈ অধিক জনসংখ্যা ২৫ বছৰৰ তলৰ লগতে ইয়াৰ ৬৫% তকৈ অধিক জনসংখ্যা ৩৫ বছৰৰ তলৰ।আশা কৰা হৈছে যে ২০২০ চনলৈকে এজন ভাৰতীয়ৰ গড় বয়স ২৯ বছৰ হ’ব, তুলনামূলকভাৱে চীনত ৩৭ বছৰ আৰু জাপানত ৪৮ বছৰলৈ। ২০২০ চনৰ পৰা অহা দশকৰ ভিতৰত ভাৰতৰ উৎপাদনশীল কৰ্মশক্তি, ১৫ বছৰ প্লাছৰ পৰা ৬৪ বছৰ বয়সৰ ভিতৰত ৯৯.৫%তকৈ অধিক হ’ব, যাৰ ফলত ভাৰত সৰ্ববৃহৎ যুৱকেন্দ্ৰিক দেশ হ’ব।

Continue Reading

মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰ: ইহঁতৰ পাৰ্থক্য কি ? – Mutual Funds and Shares: What are the Differences ?

ৰাতিৰ আহাৰত শাক-পাচলি ক’ৰ পৰা পায়? আপুনি আপোনাৰ পিছফালৰ চোতালত সেইবোৰ খেতি কৰেনে, বা আপুনি কি লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি ওচৰৰ মাণ্ডি/ছুপাৰমাৰ্কেটৰ পৰা ক্ৰয় কৰেনে? নিজৰ শাক-পাচলি নিজেই খেতি কৰাটো স্বাস্থ্যসন্মত খাদ্য খোৱাৰ এক উত্তম উপায়, কিন্তু বীজ নিৰ্বাচন, গোবৰ দিয়া, পানী দিয়া, কীট-পতংগ নিয়ন্ত্ৰণ আদিৰ বাবে প্ৰচেষ্টা ব্যয় কৰা হয়।

Continue Reading

মোৰ বাবে কোনটো মিউচুৱেল ফাণ্ড উপযুক্ত মই কেনেকৈ জানিম ? – How Do I Know Which Mutual Fund is Right for Me ?

এজন বিনিয়োগকাৰীয়ে এবাৰ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ সিদ্ধান্ত ল’লে তেওঁ কোনখন আঁচনিত বিনিয়োগ কৰিব– ফিক্সড ইনকাম ফাণ্ড, ইকুইটি ফাণ্ড বা বেলেন্সড আৰু কোনটো এচেট মেনেজমেণ্ট কোম্পানী (এএমচি)ৰ সৈতে বিনিয়োগ কৰিব সেইটো সিদ্ধান্ত ল’ব লাগিব?

Continue Reading