গ্রন্থাগাৰিক হিচাপে কেৰিয়াৰ (Librarianship as a Career)

“লাইব্ৰেৰিয়ান হৈছে পুথিভঁৰাল বিজ্ঞানত প্ৰশিক্ষণপ্ৰাপ্ত আৰু ৰাজহুৱা পুথিভঁৰাল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিদ্যালয়ত পুথিভঁৰাল সেৱা চলোৱাৰ দায়িত্বত থকা এজন ব্যক্তি।”
পূৰ্বতে এই বৃত্তিটোক “লাইব্ৰেৰিয়ানশ্বিপ” নামেৰে জনাজাত আছিল। বৰ্তমান লাইব্ৰেৰিয়ানসকলে এতিয়া কেৱল কিতাপৰ আলমাৰী পৰিচালনা কৰাত নিয়োজিত নহয়, বৰঞ্চ তেওঁলোকে ইলেক্ট্ৰনিক তথ্য সম্পদৰ বাবেও চোৱা-চিতা কৰে।

Continue Reading