প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা (SIP) : কম বয়সত Mutual Fund ত SIP আৰম্ভ কৰাৰ আৰত কি শক্তি আছে ? – Systematic Investment Plan (SIP): What is the Power of Starting SIP in Mutual Fund at an Early Age ?

প্ৰণালীবদ্ধ বিনিয়োগ আঁচনি  বা SIP (Systematic Investment Plan) ৰ জৰিয়তে মিউচুৱেল ফাণ্ড (Mutual Fund) ত কম বয়সতে বিনিয়োগ (Investment) কৰা লোকসকলে কম্পাউণ্ডিং শক্তিৰ (Power of Compunding) পৰা লাভান্বিত হয় বুলি জনা যায়। বিত্তীয় পৰিকল্পনা (Financial Planning) ৰ সৈতে, এজনে এক উন্নত পুঁজি (Corpus) অৰ্জন কৰিবলৈ আৰু তেওঁলোকৰ জীৱনৰ হ্ৰস্বম্যাদী (Short Term) আৰু দীৰ্ঘম্যাদী (Long Term) বিত্তীয় লক্ষ্য (Financial Goal) প্ৰাপ্ত কৰিবলৈ চতুৰতাৰে সঞ্চয় আৰু বিনিয়োগ কৰিব পাৰে।

Continue Reading

মিউচুৱেল ফাণ্ড কি? মিউচুৱেল ফাণ্ড কিমান ধৰণৰ আছে ? (What is Mutual Fund ? What are its Types ?)

মিউচুৱেল ফাণ্ড হৈছে বহু বিনিয়োগকাৰীৰ পৰা ধন একত্ৰিত কৰি সেই ধন ষ্টক, বণ্ড, হ্ৰস্বম্যাদী ঋণ আদি ছিকিউৰিটিত বিনিয়োগ কৰা কোম্পানী। মিউচুৱেল ফাণ্ডৰ সংযুক্ত হোল্ডিংছক ইয়াৰ পৰ্টফলিঅ’ বুলি জনা যায়। বিনিয়োগকাৰীয়ে মিউচুৱেল ফাণ্ডত শ্বেয়াৰ ক্ৰয় কৰে। প্ৰতিটো শ্বেয়াৰে পুঁজিত এজন বিনিয়োগকাৰীৰ অংশ মালিকীস্বত্ব আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা আয়ক প্ৰতিনিধিত্ব কৰে।

Continue Reading