মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ৱ নোৱাৰাৰ ১০টা মূখ্য কাৰণ (10 Main Reasons People Can’t Achieve their Goals)

যেতিয়া লক্ষ্য প্ৰাপ্তিৰ কথা আহে, বেছিভাগ লোকে ইয়াক গুৰুত্ব সহকাৰে নলয়। তেওঁলোকে তোমাক প্ৰাপ্ত কৰিব বিচৰা সকলো লক্ষ্যৰ কথা ক’ব, কিন্তু তেওঁলোকৰ লক্ষত উপনীত হবলৈ কৰিবলগীয় কামতকৈ তেওঁলোকৰ কথা-বতৰাহে সদায় অধিক উচ্চস্বৰৰ হয়। চি.জি. জং(C.G. Jung)এ কৈছে,“তুমি সেইজন ব্যক্তি যি কৰি দেখুওৱা, তুমি যি কৰিম বুলি কোৱা সেইজন নহয়।” মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ […]

Continue Reading