ৰভিং ৰবট: আমাজনে ইউভি লাইট বাল্বেৰে আবৃত এটা ৰবটৰ ডিজাইন কৰিছে – Roving Robot: Amazon has Designed a Robot Covered in UV Light Bulbs

আমাজনে (Amazon) হোল ফুডছৰ ষ্ট’ৰ আৰু গুদামৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে নভেল ক’ৰ’না ভাইৰাছক মাৰিব পৰাকৈ ইউভি (UV) লাইট নিৰ্গত ৰবট।অধ্যয়নত দেখা গৈছে যে অতিবেঙুনীয়া পোহৰে ভাইৰাছ আৰু বীজাণু নিধন কৰিব পাৰে। কলম্বিয়া বিশ্ববিদ্যালয় (Columbia University) ৰ গৱেষকসকলে বৰ্তমান কৰ’না ভাইৰাছৰ বিৰুদ্ধে ইউভি পোহৰৰ ফলপ্ৰসূতা পৰীক্ষা কৰি আছে। আমাজনে নিৰ্মাণ কৰা ৰবটটো অতিবেঙুনীয়া পোহৰেৰে নভেল […]

Continue Reading